Theatre Bhagyadevi

Theatre Bhagyadevi A leading mobile theatre of Assam.,,Estd 1968

27/07/2026

ʼশিল্পৰ আকাশত কিছুমান নক্ষত্ৰ থাকে, যিসকলে কেৱল নিজেই জিলিকি থাকে তেনে নহয়, তেওলোকে অসংখ্য সপোনকো পোহৰ দিয়ে। তেনে এজন নক্ষত্ৰ আপুনিও ( যতীন বৰা) ।
আজি থিয়েটাৰ ভাগ্যদেৱী ৰ নাট্যাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি আমাৰ সপোনক আশীৰ্বাদৰ স্পৰ্শ দিলে। আমাৰ প্ৰতি থকা যি স্নেহ বিশ্বাস আৰু আপুনি যি উৎসাহ দিলে সেয়া আমাৰ জীৱনৰ অমূল্য সম্পদ হৈ থাকিব। আপোনাৰ এই মৰম এই আশীৰ্বাদ আৰু এই স্বীকৃতিয়ে আমাক সদায় মনত পেলায় দিব যে শিল্পৰ পথ কেতিয়াও সহজ নহয়, কিন্তু মহান শিল্পীৰ আশীৰ্বাদ থাকিলে সেই পথ সদায় আলোকিত হৈ থাকে।
ভাগ্যদেৱী ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক কৃতজ্ঞতা,গভীৰ শ্ৰদ্ধা আৰু অফুৰন্ত মৰম শুভেচ্ছা জনালোঁ। আপুনি এনেদৰেই অসমীয়া নাট্য আৰু চলচ্চিত্ৰ জগতৰ প্ৰেৰণা ৰ দ্বীপ শিখা হৈ উজ্বলি থাকক। সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱান ৰ 🙏🙏 কৰিলো।

আশীৰ্বাদ বিচাৰিছো
22/07/2026

আশীৰ্বাদ বিচাৰিছো

15/04/2026

থিয়েটাৰ ভাগ্যদেৱী ৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ অসমীয়া নববৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

Address

Morowa
Nalbari
781348

Telephone

+919435028408

Website

Alerts

Be the first to know and let us send you an email when Theatre Bhagyadevi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Theatre Bhagyadevi:

Shortcuts

Share

Category