চাবলগীয়া চিনেমা আৰু ৱেব চিৰিজ

  • Home
  • চাবলগীয়া চিনেমা আৰু ৱেব চিৰিজ

চাবলগীয়া চিনেমা আৰু ৱেব চিৰিজ এই পেইজৰ জড়িয়তে চিনেমা আৰু ৱেব চিৰিজৰ বিষয়ে থুলমূলকৈ জানিব পাৰিব।

06/03/2026

Turtles can fly (2004) চাব পাৰে। যুদ্ধ বিভীষিকাৰ মাজত শৈশৱবোৰ , পিতৃমাতৃ বিহীন লৰা ছোৱালীবোৰ অকল্পনীয় পৰিস্থিতি। ইৰাণৰ সীমান্তৰ ৰিফিউজী কেম্পত থকা লৰা ছোৱালীৰ দ্বাৰা অভিনয় কৰোৱাইছে।

Adolescent (কৈশোৰ) নামৰ নেটফ্লিক্সত ৪ খণ্ডৰ ৱেব চিৰিজ খন চালো। চাবলৈ একো অসুবিধা নহয় । কেবাটাও ভাষালৈ অনুবাদ কৰা আছে। শে...
14/02/2026

Adolescent (কৈশোৰ) নামৰ নেটফ্লিক্সত ৪ খণ্ডৰ ৱেব চিৰিজ খন চালো। চাবলৈ একো অসুবিধা নহয় । কেবাটাও ভাষালৈ অনুবাদ কৰা আছে। শেষ নোহোৱালৈকে উঠি আহিব পৰা নাছিলোঁ। ঘটনাটোৰ থুলমূলকৈ আভাস এটা দিছোঁ-
এটা ১৩ বছৰীয়া কিশোৰক নিজৰ সহপাঠী ছোৱালী এজনীক হত্যাৰ অভিযোগ উত্থাপন হয়,। তেতিয়া কিশোৰটোৰ পৰিয়াল, থেৰাপিষ্ট আৰু কেচটোৰ দায়িত্বত থকা ডিটেকটিভ জনৰ বাৰে বাৰে এটাই প্ৰশ্ন আহি থাকিল অতিকে নম্ৰ কিশোৰ জনৰ ওপৰত কিয় এনে অবিযোগ আহিল । আচলতে কি হ'ল? চাই লৈ মোক কব, কেনে বঢ়িয়া suggestion দিছোঁ।

27/12/2025

I got over 10 reactions on one of my posts last week! Thanks everyone for your support! 🎉

25/12/2025

Mrs Despanday (মিচেচ ডেচপাণ্ডে) নামৰ ৱেব চিৰিজ খন চাব পাৰে। মাধুৰী দিক্ষিতে এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে। চাচপেন্সেৰে ভৰা ! শেষলৈকে নোচোৱালৈকে এৰিব মন নাযাব। জিঅ হ'ইষ্টাৰত দেখা পায়।



20/12/2025

কেনে ধৰণৰ চিনেমা চাই ভাল পায়-
অপৰাধ (crime), ছাচপেন্স (suspence), প্ৰেম কাহিনী(love story), নে সামাজিক (social) ?

Address


781022

Website

Alerts

Be the first to know and let us send you an email when চাবলগীয়া চিনেমা আৰু ৱেব চিৰিজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your business to be the top-listed Cinema?

Share