অসম ভ্রাম্যমাণ - Mobile Theatre

  • Home
  • India
  • Rangia
  • অসম ভ্রাম্যমাণ - Mobile Theatre

অসম ভ্রাম্যমাণ - Mobile Theatre � Mobile Theatre + Vlogs �
� BTS | Reels | Stage Moments
� Assam �
� Follow for theatre vibes

28/05/2026
আগন্তুক নাট্যবৰ্ষত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত দেখিব যুৱ প্ৰজন্মৰ জনপ্রিয় নাট্যকাৰ পৰিচালক প্ৰশান্ত মেনাৰ ৰচনা পৰিচালনাৰে #অং...
27/05/2026

আগন্তুক নাট্যবৰ্ষত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত দেখিব

যুৱ প্ৰজন্মৰ জনপ্রিয় নাট্যকাৰ পৰিচালক প্ৰশান্ত মেনাৰ ৰচনা পৰিচালনাৰে

#অংগুলিমালৰ_অনামিকা

ইতিহাস থিয়েটাৰৰ ২০২৬-২৭ নাট্যবৰ্ষৰ বলিষ্ঠ নিবেদন 'ভিক্ষাৰী'।নাট্যকাৰ-পৰিচালক: অভিজিত ভট্টাচার্য।স্বনামধন্য অভিনেতা তপন দ...
26/05/2026

ইতিহাস থিয়েটাৰৰ ২০২৬-২৭ নাট্যবৰ্ষৰ বলিষ্ঠ নিবেদন 'ভিক্ষাৰী'।

নাট্যকাৰ-পৰিচালক: অভিজিত ভট্টাচার্য।
স্বনামধন্য অভিনেতা তপন দাস এইবাৰৰ মঞ্চ কঁপাবলৈ আহি আছে।।

ভিক্ষাৰী

"সদৌ অসম ভ্রাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা"ৰ নৱ নিৰ্বাচিত সকলো বিষয়ববীয়া আৰু সদস্য সকলোকে শুভকামনা থাকিল 🙏
26/05/2026

"সদৌ অসম ভ্রাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা"ৰ নৱ নিৰ্বাচিত সকলো বিষয়ববীয়া আৰু সদস্য সকলোকে শুভকামনা থাকিল 🙏

থিয়েটাৰ বীণাপাণিৰ মঞ্চতএইবাৰৰ নাট  #দস্যুৰাণী_ফুলনদেৱী #পোষ্ট
26/05/2026

থিয়েটাৰ বীণাপাণিৰ মঞ্চত
এইবাৰৰ নাট

#দস্যুৰাণী_ফুলনদেৱী
#পোষ্ট

আগন্তুক নাট্যবৰ্ষত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যৰ ৰচনা পৰিচালনাৰে  োমাৰ_কাষতে_আছো
25/05/2026

আগন্তুক নাট্যবৰ্ষত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যৰ ৰচনা পৰিচালনাৰে

োমাৰ_কাষতে_আছো

২৬-২৭ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰৰ বিশেষ আকৰ্ষণ প্ৰনৱ বৰুৱাৰ ৰচনা তপন লহকৰৰ পৰিচালনাৰে  #বীভৎসঅপেক্ষা মাথো আৰু কেইটামান দি...
25/05/2026

২৬-২৭ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰৰ বিশেষ আকৰ্ষণ প্ৰনৱ বৰুৱাৰ ৰচনা তপন লহকৰৰ পৰিচালনাৰে #বীভৎস

অপেক্ষা মাথো আৰু কেইটামান দিন.....

24/05/2026

আহি গল official promo জোনাকী,
অসমৰ প্ৰতিষ্ঠিত কন্ঠশিল্পী পাপন ৰ কন্ঠত থিয়েটাৰ কলাগুৰু ৰ এইবৰ্ষৰ ব্যয়বহুল আয়োজন অভিজিত ভট্টাচার্য্য দেৱৰ মনত জ্বলে হোমৰ জুই ৰ সুমধুৰ গীত

#জোনাকী

অপেক্ষা মাথো কেইটামান দিনৰ

#জোনাকী

সকলোৰে আপোন আছিল তেওঁ। তেওঁৰ সৈতে সকলোৰে আছিল সম্পৰ্ক, স্মৃতি। তেওঁৰ সৈতে সকলোৰে আছে একো একোটা কাহিনী, যি কাহিনীবোৰ সুকী...
24/05/2026

সকলোৰে আপোন আছিল তেওঁ। তেওঁৰ সৈতে সকলোৰে আছিল সম্পৰ্ক, স্মৃতি। তেওঁৰ সৈতে সকলোৰে আছে একো একোটা কাহিনী, যি কাহিনীবোৰ সুকীয়া, আৱেগ আৰু মৰমৰ সূতাৰে গুঁঠা।

সকলো জনাৰ পাছতো জানিবলৈ বহু ৰৈ যায় তেওঁৰ বিষয়ে। বুজিবলৈ ৰৈ যায় তেওঁৰ গভীৰতা, জুখিবলৈ ৰৈ যায় তেওঁৰ অপৰিসীম শক্তি। সেইবাবেই আমাক জোকাৰি যায় তেওঁৰ সৈতে জড়িত একো একোটা কাহিনী তথা ঘটনাই।

তেনে এক কাহিনী, তেনে এক ঘটনাক লৈয়েই হেঙুলৰ মঞ্চত তেওঁক উদযাপন কৰাৰ বিনম্র প্রয়াস এয়া। আমি সকলোৱে জনা আমাৰ আপোন মানুহজনৰ নতুনকৈ অনুভৱ কৰাৰ আন্তৰিক প্ৰয়াস -

'ঈশ্বৰপুত্ৰ'

Address

Rangia
781354

Website

Alerts

Be the first to know and let us send you an email when অসম ভ্রাম্যমাণ - Mobile Theatre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category