ABVP Bihpuria

ABVP Bihpuria A.B.V.P. is a Student Organization .

Akhil Bharatiya Vidyarthi Parishad is an all India student Organization, working in the field of education with a wider perspective of National Reconstruction.ABVP works with a faith in the collective existence of the educational community, a firm belief in constructive work and a nationalist approach which stays above partisan politics.

04/12/2024

প্ৰেছ বিজ্ঞপ্তি

লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি

তিনি দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এবিভিপিৰ ৰাজ্যিক অধিবেশন।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩০ সংখ্যক ৰাজ্যিক অধিবেশন এইবৰ্ষত লক্ষীমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত (এ.টি. খেলপথাৰ)ত অনুষ্ঠিত হৱ। তাৰেই অংশ হিচাপে ইতিমধ্যে অধিবেশনৰ প্ৰতীক চিহ্ন আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ হয়। ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে মহাপুৰুষ মাধৱদেৱৰ জন্মভূমি লক্ষীমপুৰৰ অনুষ্ঠিত হ'ব লগীয়া এই ৰাজ্যিক অধিবেশনত সমগ্ৰ অসমৰ পৰা প্ৰায় ১২০০ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব। অসম তথা ভাৰতৰ বিভিন্ন সমস্যা তথা সমগ্ৰিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'বলৈ এই অধিবেশনত অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিব। অধিৱেশনত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম, প্ৰদৰ্শনী, মুকলি অধিবেশন, সাংস্কৃতিক শোভাযাত্ৰা আদি অনুষ্ঠিত হৱ। ইতিমধ্যে অধিবেশন স্থলীৰ নাম মনিকাঞ্চন সমন্বয় ক্ষেত্ৰ, অধিবেশনৰ মুল সভাগৃহৰ নাম পদ্মনাথ গোহাঞিবৰুৱা সভাগৃহ আৰু মুল তোৰণৰ নাম মহাপুৰুষ মাধৱদেৱৰ নামত নামাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ওপৰিও এই অধিবেশনতেই অসমৰ শৈক্ষিক বিষয়, সামাজিক বিষয় আৰু আত্মনিৰ্ভৰশীল অসমৰ ওপৰত সৰ্বমুঠ তিনিটাকৈ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব।

আজি এই অধিবেশন সংক্ৰান্তত এক সংবাদ মেল আয়োজন কৰি এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে এই অধিৱেশনত সমগ্ৰ লক্ষীমপুৰবাসী ৰাইজৰ সহায় সহযোগ আৰু দিহা পৰামৰ্শ কামনা কৰে।
ABVP Assam

15/08/2024

আজি ৭৮ তম্ স্বাধীনতা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় সামাজিক মাধ্যম প্রমুখ শ্ৰী আশীষ শৰ্মা ডাঙৰীয়াই পতাকা উত্তোলন কৰে।

আজিৰ দিনটোত ভাৰতবৰ্ষক পৰাধীনতাৰ দাসত্ত্বৰ পৰা মুক্ত কৰোৱাৰ বাবে আত্মবলিদান দিয়া সকলো মহান স্বাধীনতা সংগ্ৰামীক আজিৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।
জয় হিন্দ...🇮🇳


15/08/2024

78वें स्वतंत्रता दिवस की आप सभी को हार्दिक शुभकामनाएं!

इस पावन अवसर पर हम सभी मिलकर उन वीर शहीदों को नमन करें जिन्होंने हमारे देश की स्वतंत्रता के लिए अपने प्राणों की आहुति दी।

जय हिंद! 🇮🇳

04/05/2024

Important Information!

The CSIR-UGC NET application form for June 2024 is now available.

Dive into the realm of research and propel your academic journey forward

Apply before 21st May: https://csirnet.nta.nic.in

22/01/2024
जय जय श्री राम 😍✊🚩🚩🚩✊😍
22/01/2024

जय जय श्री राम 😍✊🚩🚩🚩✊😍

Countdown to History: 500 Years, only a few hours left!

#विराजो_राम_अयोध्या_धाम

28/06/2023
28/06/2023
If anyone of you are interested to build your career find out your eligibility and then apply for this opportunity.Oppor...
09/02/2023

If anyone of you are interested to build your career find out your eligibility and then apply for this opportunity.
Opportunities are always there , you have to know how to grab it.
Go and make your own way.✌️

The first 5 years of your career are the most crucial as they map your path to future success. Wipro’s Work Integrated Learning Program ensures that they are filled with educational, professional, and growth opportunities. BCA and BSc graduates, apply now: https://bit.ly/3Y6IJa4

26/01/2023

Address

Bihpuria
Lakhimpur
784161

Website

Alerts

Be the first to know and let us send you an email when ABVP Bihpuria posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share